তুমি (ৰশ্মিৰেখা সাউদ কলিতা)

পুৱাৰ হেঙুলীয়াৰ পৰা
দিনান্তৰ হেঙুলীয়ালৈ 
সকলোতে তুমি
তুমি শিপাইছা দলৈকে
বাঢ়িছে আলতীয়া মৰম
গভীৰ হৈছে বিশ্বাস
থোপা থোপে ফুলিছে
বসন্তৰ ফুল ।