ঘিট্ মিটীয়া এন্ধাৰত এনিশা
আসুৰিক শক্তি ঢালি তৃপ্তিৰ কামনা বাসনাত লিপ্তহৈ
অংকুৰিত হ'ল
এটি বীজৰ
অজ্ঞাত পৰিচয়'
অপৰূপা .....
অপূৰ্ব ৰূপ তোমাৰ
বাস্তৱ দৃশ্যত তুমি হোৱা আজি দেৱকন্যা
এক প্ৰভুত্ব শক্তিৰ
কোনে নিলে হৰি ?
বক্ বক্ কৰি উতলি উঠা প্ৰাণৰ মৌনতা
সাজু হোৱা.আকোঁৱালি লোৱা
ৰক্ত পিপাসুৰ বিকৃতিক নিধন কৰি
মানৱত্মা মুক্তি বিচাৰা
নিস্পাপ দেহাটিৰ
সৃষ্টিৰ প্ৰণয় তুমি হোৱা
সোনপাহি
মৰহি নোযোৱা গোলাপ এপাহি ।
আসুৰিক শক্তি ঢালি তৃপ্তিৰ কামনা বাসনাত লিপ্তহৈ
অংকুৰিত হ'ল
এটি বীজৰ
অজ্ঞাত পৰিচয়'
অপৰূপা .....
অপূৰ্ব ৰূপ তোমাৰ
বাস্তৱ দৃশ্যত তুমি হোৱা আজি দেৱকন্যা
এক প্ৰভুত্ব শক্তিৰ
কোনে নিলে হৰি ?
বক্ বক্ কৰি উতলি উঠা প্ৰাণৰ মৌনতা
সাজু হোৱা.আকোঁৱালি লোৱা
ৰক্ত পিপাসুৰ বিকৃতিক নিধন কৰি
মানৱত্মা মুক্তি বিচাৰা
নিস্পাপ দেহাটিৰ
সৃষ্টিৰ প্ৰণয় তুমি হোৱা
সোনপাহি
মৰহি নোযোৱা গোলাপ এপাহি ।







