ভালপোৱাৰ বাবে জীৱন নহয়
জীৱনৰ বাবে ভালপোৱা
জীৱনৰ বাবে ভালপোৱা
কিছুমান অনুভূতি সীমাৰ উৰ্ধত
কিছু মৌনতা ভাষাৰ উৰ্ধত
স্বপ্নবৃক্ষৰ বহুতো সৰাপাত
পাতত থাকে
ভালপোৱাৰ এখন ছবি ।
কিছু মৌনতা ভাষাৰ উৰ্ধত
স্বপ্নবৃক্ষৰ বহুতো সৰাপাত
পাতত থাকে
ভালপোৱাৰ এখন ছবি ।
ঠিকনাঃ গোলাঘাট







