বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
ভগ্ন হৃদয় (ৰুমী হাজৰিকা)
তুমি আঁতৰি যোৱাৰ পৰাই
মোৰ বুকুত সীমাহীন
বিষাদৰ উন্মাদনা
ভগ্ন হৃদয়ৰ
পাৰাপাৰহীন অশান্ত
সাগৰ
৷
সেমেকা দুচকুত
নিৰৱ স্বপ্ন ৷
বুকুত জীপাল হোৱা
সপোনবোৰো যেন
একো একো ৰক্তৰ টোপোলা
অব্যক্ত বেদনাত
চৌদিশে বিৰাজমান
মাথো শূন্যতা ৷