বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
চকুলো (নৃপেন গোস্বামী)
এটোপ-দুটোপ কৰি
হৃদয়ৰ পৰা নিগৰিছে অশ্ৰুধাৰী
বিষাদ বীণাৰ গুঞ্জন শুনি
হেৰাল জীৱনৰ ৰাগিনী
এতিয়া মাথো
তোমাৰ সুগন্ধি চৌপাশে
চকুলোৰ আবাহনি বোৱাই ।