হৃদয়ৰ গান (ৰশ্মিৰেখা ভূঞা)

ষ্ট্ৰীট লাইটৰ পোহৰত


নোৱাই তোলনিৰ গীত

দুচকুত সপোনৰ ওৰণি

আই অ'

সযতনে থ'বি সচাঁৰ কাঠি

হাঁচতিৰ পৰাই হেৰাই

খনীয়া তামোল খনি

ঠিকনাঃ চতিয়া ৷