বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
মই নাৰী (অনিন্দিতা বৰ্মন)
মই নাৰী
যদিও, মই এখন নদী
কেতিয়াবা শান্ত, কেতিয়াবা মৌন!
নাওবোৰে
পাৰ ভাঙিব খোজে হঠাৎ
ক্ৰমশঃ মই স্হিৰ,
লক্ষ্য এটাই
অহৰহ বৈ যোৱা
এক সাগৰমুখী যাত্ৰা।
অসম বিশ্ববিদ্যালয়, শিলচৰ
দূৰভাষঃ ৯৫০৮৩-১২৮৯০