এপাহ দুপাহ কৈ
সপোনবোৰ বুটলি
গাঁঠিলো বকুলৰ মালা
মোৰ অজানিতে
সেই মালাত কাইতে অাৱৰিলে
মই জ্ঞাত
জীৱন এক সংগ্ৰাম
সংগ্ৰামী জীৱন বাটত
পৰিচয় বিহিন যাত্ৰী মই
আগবাঢ়িছো মই মোৰ সন্ধানত
পিঞ্জৰা ভাঙি ওলাই দেখিলো
সময় যে হ'ল গধূলি
তথাপি নৰও থমকি
স যত্নৰে মোৰ বাগিচাত ৰুইছো
গোলাপ, খৰিকা, তগৰ
হ'বনে মোৰ বাগিচা
সুন্দৰ ৰং বিৰঙৰ........৷
সপোনবোৰ বুটলি
গাঁঠিলো বকুলৰ মালা
মোৰ অজানিতে
সেই মালাত কাইতে অাৱৰিলে
মই জ্ঞাত
জীৱন এক সংগ্ৰাম
সংগ্ৰামী জীৱন বাটত
পৰিচয় বিহিন যাত্ৰী মই
আগবাঢ়িছো মই মোৰ সন্ধানত
পিঞ্জৰা ভাঙি ওলাই দেখিলো
সময় যে হ'ল গধূলি
তথাপি নৰও থমকি
স যত্নৰে মোৰ বাগিচাত ৰুইছো
গোলাপ, খৰিকা, তগৰ
হ'বনে মোৰ বাগিচা
সুন্দৰ ৰং বিৰঙৰ........৷







