আকাশ চুই চোৱাৰ হাবিয়াসত
কিয়নো ইমানকৈ উৰিছা ?
যিদিনা পেৰাচ্যুট চিঙি
তললৈ সৰি পৰিবা
সিদিনা থাকিব-----
না ডিজিটেল হোৱাৰ সুখ
না আদিম হোৱাৰ দুখ৷
দূৰভাষঃ ৭৫৭৮৮৭৬৬৪০
কিয়নো ইমানকৈ উৰিছা ?
যিদিনা পেৰাচ্যুট চিঙি
তললৈ সৰি পৰিবা
সিদিনা থাকিব-----
না ডিজিটেল হোৱাৰ সুখ
না আদিম হোৱাৰ দুখ৷
দূৰভাষঃ ৭৫৭৮৮৭৬৬৪০







