গ্ৰহণ......✍ ঋতু অনুৰাগ

তাই জোন ভাল পায়৷ সেয়েহে ৰূপালী সন্ধিয়া পদূলিৰ শেৱালি তলৰ জোনাকৰ বৰষুণত তিতিব খোজে৷ আন্ধাৰলৈ তাই ভয় কৰে৷ আঁউসীৰ নিশা হৃদয়ত বাজে মৌনতাৰ ক্ৰন্দন৷ সেইদিনা আছিল পূৰ্ণিমাৰ নিশা৷