শেষ দিন
কেনে আছো?
ভালেই আছো তো?
প্ৰশ্ন কৰিছো তোমাক
মই, তোমাৰ প্ৰেমিক জনে।
সময়ৰ অজুহাতত,
নিস্পাপ নিভাজ মৰম আমাৰ
পুৰি শেষ কৰিব বিচাৰিছা নেকি?
নে মহানগৰীৰ মাজত থকা কাৰখানাবোৰৰ ধোঁৱাৰ
কুন্দুলিৰ মাজত বিলীন কৰি দিছা?
পাৰিছা জানো মইহীনতাত প্ৰতিতো প'ল গণিব,
কষ্ট হোৱা নাই প্ৰতিটো নিশা?
মোৰ দৰে?
এৰা,,
যন্ত্ৰণা বহুত তুমিহীনতাত
ভাগৰুৱা হওঁ ক্ষন্তেকৰ বাবে
অশ্ৰুৰে স'তে খেলি থাকে
মোৰ শিতানৰ গাৰুটি।
কবিতাৰ মাজৰ শব্দবোৰৰ ভিতৰত
তোমাক বিচাৰি যাওঁ।
তোমাৰ কাষত পাব বিচাৰো
ভাগৰুৱা দেহাৰে...
সেইদিনাই চাগে শেষ দিন হ'ব
আৰু মই
তোমাৰ কোলাত মূৰ গুজি
শেষ বাৰৰ বাবে কম
"মই তোমাকেই ভাল পাওঁ
কেনে আছো?
ভালেই আছো তো?
প্ৰশ্ন কৰিছো তোমাক
মই, তোমাৰ প্ৰেমিক জনে।
সময়ৰ অজুহাতত,
নিস্পাপ নিভাজ মৰম আমাৰ
পুৰি শেষ কৰিব বিচাৰিছা নেকি?
নে মহানগৰীৰ মাজত থকা কাৰখানাবোৰৰ ধোঁৱাৰ
কুন্দুলিৰ মাজত বিলীন কৰি দিছা?
পাৰিছা জানো মইহীনতাত প্ৰতিতো প'ল গণিব,
কষ্ট হোৱা নাই প্ৰতিটো নিশা?
মোৰ দৰে?
এৰা,,
যন্ত্ৰণা বহুত তুমিহীনতাত
ভাগৰুৱা হওঁ ক্ষন্তেকৰ বাবে
অশ্ৰুৰে স'তে খেলি থাকে
মোৰ শিতানৰ গাৰুটি।
কবিতাৰ মাজৰ শব্দবোৰৰ ভিতৰত
তোমাক বিচাৰি যাওঁ।
তোমাৰ কাষত পাব বিচাৰো
ভাগৰুৱা দেহাৰে...
সেইদিনাই চাগে শেষ দিন হ'ব
আৰু মই
তোমাৰ কোলাত মূৰ গুজি
শেষ বাৰৰ বাবে কম
"মই তোমাকেই ভাল পাওঁ







