ক'লে কথা লাগে লেঠা......✍ ৰূপক বৈশ্য

১৯৯৭ চনৰ কথা, ৰিক্সা এখনত শব্দযন্ত্ৰটো লৈ ঘোষকৰ ঘোষণা৷ "শ্ৰদ্ধেয় নাটপ্ৰেমী ৰাইজ, নিশাৰ বিশেষ আকৰ্ষণ কৈলাশ পাঠক আৰু ৰামেশ্বৰ পাঠকৰ বিশাল নাগাৰা নাম৷" সেইয়া প্ৰথম অভিজ্ঞাতাৰে নিশা গোটেই অঞ্চলজুৰি তালৰ শব্দই শুনিছিল৷ ভাতকেইটা খাই কোনোমতে গৈ উপভোগ