বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
সুখ......✍ নুৰ আলম শইকীয়া
মধুৰ ক্ষণবোৰত
কামুৰি ধৰে সুখে
সময়ৰ কোমল গালত!
হৃদয়খন ফুলি উঠে
ফুল হৈ সংগোপনে
প্ৰাণৰ নোমাল স্পৰ্শ আৰু
প্ৰেমৰ মিঠা আলিংগনত।