শুধৰনি......✍ বিদ্যোৎজ্যোতি দত্ত

আবেলিটোৰ লগত খেলি থাকোতেই
আহিছিল বতাহজাক,
চুই উৰি যাব খোজোতেই সুধিলো
চ’তৰ আগতেই ফাগুণ নহয় জানো !
বতাহজাকে হাঁহি এটি মাৰি কৈ গ’ল-
ফাগুণৰ পাছতহে চ’ত৷