তোমাৰ হাঁহিটোৰ পৰা
নাইকিয়া হৈ গ'ল কলিজাৰ ৰংবোৰ,
নাজানো কিয়!
মাথো দেখা পাওঁ অৱসাদগ্ৰস্ত
আৰু
তীব্ৰ মানসিক অন্তৰ্দন্দত ব্যস্ত
এখন শেঁতা মুখ,
কিন্ত মোৰ জীৱনত
বাৰুকৈয়ে অনুভৱ কৰো তোমাৰ উপস্থিতিৰ,
বাদ দিয়া না অতীতক
মোক কোৱা মাথো
মৰম দিবানে ল'বা?
মই দুয়োটাতেই প্ৰস্তুত,
কাৰণ হেঁপাহ ফুলিবৰ হ'ল বিষাদ এৰিবৰ হ'ল...
নাইকিয়া হৈ গ'ল কলিজাৰ ৰংবোৰ,
নাজানো কিয়!
মাথো দেখা পাওঁ অৱসাদগ্ৰস্ত
আৰু
তীব্ৰ মানসিক অন্তৰ্দন্দত ব্যস্ত
এখন শেঁতা মুখ,
কিন্ত মোৰ জীৱনত
বাৰুকৈয়ে অনুভৱ কৰো তোমাৰ উপস্থিতিৰ,
বাদ দিয়া না অতীতক
মোক কোৱা মাথো
মৰম দিবানে ল'বা?
মই দুয়োটাতেই প্ৰস্তুত,
কাৰণ হেঁপাহ ফুলিবৰ হ'ল বিষাদ এৰিবৰ হ'ল...







