ব্যস্ততাৰ পোচাকজোৰ সলাই লৈছো…
অৱসাদে আৱৰি ধৰা মন মগজুটি
এৰি দিছো সেউজীয়াৰ বুকুত…
এইয়া জোনাক নিশা নহয়…
তৰা ভৰা জীপাল নিশা,
নিস্তব্ধ চৌপাশ
কাণ গুঞ্ছৰিত দিনটোৰ হিচাপ নিকাচ…
অনুভৱৰ টোপোলা খুলি উলিয়াই লৈছো…
“জোনাক” .…
তৰা আৰু জোনৰ জোনাক…
স্নিগ্ধ জোনাক আপোন দুয়োৰে…
তৰাৰ কাষে কাষে জোন…
শুকুলা ডাৱৰৰ স’তে উমলৈ ক্ষণিক …
উত্তাপে নদহে প্ৰাণীৰ প্ৰাণ
সেয়ে হেনো "জোনক "
তৰা প্ৰাণ…
অৱসাদে আৱৰি ধৰা মন মগজুটি
এৰি দিছো সেউজীয়াৰ বুকুত…
এইয়া জোনাক নিশা নহয়…
তৰা ভৰা জীপাল নিশা,
নিস্তব্ধ চৌপাশ
কাণ গুঞ্ছৰিত দিনটোৰ হিচাপ নিকাচ…
অনুভৱৰ টোপোলা খুলি উলিয়াই লৈছো…
“জোনাক” .…
তৰা আৰু জোনৰ জোনাক…
স্নিগ্ধ জোনাক আপোন দুয়োৰে…
তৰাৰ কাষে কাষে জোন…
শুকুলা ডাৱৰৰ স’তে উমলৈ ক্ষণিক …
উত্তাপে নদহে প্ৰাণীৰ প্ৰাণ
সেয়ে হেনো "জোনক "
তৰা প্ৰাণ…







