যন্ত্র নাইবা যান্ত্রিকতাৰে নচলে
চলে দেহৰ শক্তিৰে
জীৱিকাৰ বাবে।
বৰষুণৰ নিচিনা সৰে
কঁপালৰ কেঁচা ঘাম
তেতিয়া ঠেলাৱালাই ভাৱে
পইচা পাম, ঘৰ চলাম।
যিখন ঘৰৰ মানুহবোৰে
ৰাতিপুৱাৰে পৰা ভাৱে
সন্ধিয়া চাউল, তেল আদি নানিলে
থাকিব লাগিব লঘোনে।
দূৰভাষঃ ৭০০২৯৭৮২৭৭
চলে দেহৰ শক্তিৰে
জীৱিকাৰ বাবে।
বৰষুণৰ নিচিনা সৰে
কঁপালৰ কেঁচা ঘাম
তেতিয়া ঠেলাৱালাই ভাৱে
পইচা পাম, ঘৰ চলাম।
যিখন ঘৰৰ মানুহবোৰে
ৰাতিপুৱাৰে পৰা ভাৱে
সন্ধিয়া চাউল, তেল আদি নানিলে
থাকিব লাগিব লঘোনে।
দূৰভাষঃ ৭০০২৯৭৮২৭৭







