নীলা চৰাই (অনুপম বৰুৱা)

"Life is Devastating When our Small Decisions Turn into Big Trangedies"
ফেচবুকৰ ৱালত বাক্যশাৰী পুষ্ট কৰি আৰামী চকীখনত বহি দিলে স্নিগ্ধাশিখাই...... সন্মুখত মেলি থোৱা খিৰিকীখনৰে এচেৰেঙা ৰ'দ আহি তাইৰ দেহত পৰিল..... কাতি মাহৰ ৰাতিপুৱাৰ উমলগা ৰ'দকনৰ লোভ সামৰিব নোৱাৰি