নাৰী দিৱসৰ প্ৰাক ক্ষণত মোৰ কিছু অনুভৱ (মনিকা হাজৰিকা)

নাৰী দিৱস সঁচা অৰ্থত সেইসকল নাৰীৰ বাবে হওক যিসকলে প্ৰতিপলে হেৰুৱাইছে নিজৰ অস্তিত্ব৷ প্ৰতিপলে যিসকলে কবৰ খান্দিছে নিজৰ৷