আধুনিক কবিতা সম্পূৰ্কে মোৰ ধাৰণা (তপন কুমাৰ নগঞা)

সাম্প্ৰতিক সময়ত সাধাৰণতে আমি বেছিভাগেই ছন্দবদ্ধ কবিতাৰ পৰা আঁতৰি আধুনিক ছন্দহীন কবিতা চৰ্চা কৰি আহিছো৷ আধুনিক কবিতা সম্পৰ্কে আমাৰ সাধাৰণ ধাৰণা হে আছে মাথো৷