সমাজ গঠনত ছাত্ৰ- ছাত্ৰী আৰু শিক্ষকৰ ভূমিকা (অশ্বিনী কছাৰী)

নিৰ্দিষ্ট কোনো অঞ্চলৰ মাজত সামাজিক সম্বন্ধৰ ভিত্তিত পাৰস্পৰিকভাৱে বান্ধ খাই মিলিজুলি বসবাস কৰি থকা জনসংখ্যা আৰু এই জনসংখ্যাৰ সামগ্ৰিক জীৱন নিৰ্বাহ প্ৰণালীকে কোৱা হয় এখন সমাজ৷