ভাল পাওঁ তোমাক ...✍ কানু কুঁৱলী নেওগ

বুকুৰ পৰসত গজি উঠা
কজলা সপোন
তোমাৰ চকুৰ গভীৰত বিচাৰি পাওঁ
মেঘৰ সলনি জোনাক এচপৰা........