প্লিজ অনামিকা
হেৰায় নাযাবা
হেৰায় যোৱা সপোন নৰচিবা
তুমি হেৰায় গ'লে
অস্তিত্ব বিহীন হৈ পৰো মই
স্বস্তি আৰু অস্বস্তি নিশ্বাসত
বাকৰুদ্ধ হৈ পৰো
তুমি হেৰাই গ'লে
শ্বাস প্ৰশ্বাস বন্ধ হ'ব খোজে
ঠিকনাঃ ঢকুৱাখনা, জালভাৰী
দূৰভাষঃ ৮১৩৩০৫৯২৭৯
হেৰায় নাযাবা
হেৰায় যোৱা সপোন নৰচিবা
তুমি হেৰায় গ'লে
অস্তিত্ব বিহীন হৈ পৰো মই
স্বস্তি আৰু অস্বস্তি নিশ্বাসত
বাকৰুদ্ধ হৈ পৰো
তুমি হেৰাই গ'লে
শ্বাস প্ৰশ্বাস বন্ধ হ'ব খোজে
ঠিকনাঃ ঢকুৱাখনা, জালভাৰী
দূৰভাষঃ ৮১৩৩০৫৯২৭৯







