হে স্বপ্নৰ পৰী,
তোমাৰ সৌন্দর্যৰ তুলনা নাই,
কিয় তুমি
আহি দুচকোত ধৰা দিয়াহি ?
কি যাদু কৰিলা তুমি
এই হৃদয়খনক,
যি প্রতি ক্ষনে অপেক্ষাত থাকে
তোমাৰ,
কিয় তোমাৰ প্রতি মোৰ
ইমান ভালপোৱা আৰু মান অভিমান ।
হে স্বপ্নৰ পৰী
তুমি জানানে কিয় তোমাৰ প্রতি ইমান আৱেগীক ?
কিয় তোমাক বাস্তৱত পাব
চঞ্চল হৈ থাকে এই হৃদয়খন।
হে মায়াবী পৰী,
মই জানো
তুমি মমতাময়ী আৰু ৰহস্যময়ী এগৰাকী নাৰি।
সেয়ে তোমাৰ ৰহস্যৰ
বিন্দু বিচাৰো ৷
হে সপোন পৰী,
কিয় তোমাৰ ইমান খং ?
দিবানে অধিকাৰ মোক
তোমাৰ হাতে হাত ধৰাৰ দিবানে
তোমাক ভালপোৱাৰ অধিকাৰ।
ফোনঃ ৯৯৫৪৫১৮৩৪৩
তোমাৰ সৌন্দর্যৰ তুলনা নাই,
কিয় তুমি
আহি দুচকোত ধৰা দিয়াহি ?
কি যাদু কৰিলা তুমি
এই হৃদয়খনক,
যি প্রতি ক্ষনে অপেক্ষাত থাকে
তোমাৰ,
কিয় তোমাৰ প্রতি মোৰ
ইমান ভালপোৱা আৰু মান অভিমান ।
হে স্বপ্নৰ পৰী
তুমি জানানে কিয় তোমাৰ প্রতি ইমান আৱেগীক ?
কিয় তোমাক বাস্তৱত পাব
চঞ্চল হৈ থাকে এই হৃদয়খন।
হে মায়াবী পৰী,
মই জানো
তুমি মমতাময়ী আৰু ৰহস্যময়ী এগৰাকী নাৰি।
সেয়ে তোমাৰ ৰহস্যৰ
বিন্দু বিচাৰো ৷
হে সপোন পৰী,
কিয় তোমাৰ ইমান খং ?
দিবানে অধিকাৰ মোক
তোমাৰ হাতে হাত ধৰাৰ দিবানে
তোমাক ভালপোৱাৰ অধিকাৰ।
ফোনঃ ৯৯৫৪৫১৮৩৪৩







