আত্মা হৈ মধুৰ কৰা জীৱনশীঘ্ৰে ঢৌত চিন্তিত দে
আশা আৰু প্ৰদীপবোৰ
বাগিচাত ৰাণী চহৰৰ মেনকা
এতিয়া অসুখী হৈছো
পৰিচয় ব্যৰ্থ নায়কৰ
হৃদয়ত শুকান সমূদ্ৰ
দৰ্শকৰ ঘৃণা
ৰোমাণ্টিক হ'ব নোৱাৰিলোঁ
সৃষ্টিতে মাতাল
সৰুতে খেলা দৰা- কইনা
ইস্তাফাত নীৰৱ
জুইয়ে পুৰিছে
মাৰি নেপেলায়
অদৃশ্যৰ বিশ্বাসতে খুলিম
বুকুখন
ওঁঠত চুহিম
সুখৰ তাড়না
বন্দী কৰিম দেহ
টোপনিতে
সাৰ পাই কম
আঁতৰি নেযাবা দে প্ৰিয়া
ঠিকনাঃ নলবাৰী (অসম)
পিনঃ ৭৮১৩৩৪
মোৱাইল নংঃ ৮৭২০৯০৫২৭৩







