বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
ব্যৰ্থতা (দীপিকা দত্ত)
আন্ধাৰৰ বুভুক্ষাতক
ৰাল মৰা তেজৰ ডোঙাত
কাৰ চিৎকাৰ
আৰ্তনাদ শুনো দুপৰ নিশা
প্ৰতিধ্বনিত হয় প্ৰতিদিনাই,
মুক্ত আকাশৰ তলত
কাৰ ঝংকাৰ
ব্যৰ্থ হৈ পৰো
চকুৰেও নমনো
হেৰাই যায় মোৰ অতৃপ্ত আত্মাৰ বাসনাবোৰ ।