সভ্য সমাজৰ
নাৰী ৰূপে পৰিচিত
ফেচন হেনো
অৰ্ধনগ্ন কাপোৰ পৰিধান কৰা
সভ্য সমাজলৈ
যায় কেতিয়াবা
এনে কিছুমান
ফেচন মেৰিয়াই
মাতাল নিশাটোক
আৰু মাতাল কৰিবলৈ
সেয়া কিন্তু
ফেচন নহয়
উৰ্পাজন বৃদ্ধিৰ
এক বিজ্ঞাপন
তেওঁলোক কিন্তু
এক খালী সুৰাৰ বটল
ঠিকনাঃ বোকাখাত
নাৰী ৰূপে পৰিচিত
ফেচন হেনো
অৰ্ধনগ্ন কাপোৰ পৰিধান কৰা
সভ্য সমাজলৈ
যায় কেতিয়াবা
এনে কিছুমান
ফেচন মেৰিয়াই
মাতাল নিশাটোক
আৰু মাতাল কৰিবলৈ
সেয়া কিন্তু
ফেচন নহয়
উৰ্পাজন বৃদ্ধিৰ
এক বিজ্ঞাপন
তেওঁলোক কিন্তু
এক খালী সুৰাৰ বটল
ঠিকনাঃ বোকাখাত







