বুকুখনি নিৰ্ভীকতাৰে পাতি
সুমুৱাই ল'লা কিমানজাই বন্দুকৰ গুলী
তোমাৰ দেশপ্ৰেমক হত্যা কৰিব খোজা
সিহঁতবোৰনো কি জাতি
দেশদ্ৰোহীতাৰ আহ্বায়ক নহয়নে বাৰু সন্ত্ৰাসবাদী ?
দোভাগ ৰাতিলৈকে নাহে তোমাৰ টোপনি
সাৰে থাকি পাৰ কৰিছিলা
কিমানবোৰ দীঘলীয়া ৰাতি !
দেশৰ শান্তি আৰু মাটি- ভেঁটিৰ ৰক্ষক হ'বলৈ গৈ
মাতৃৰ কোলাত আজি তোমাৰ হেঁপাহৰ ভৰ টোপনি ৷
শ্বহীদ.....
কোনে বাৰু নাযাঁচিব তোমাক সন্মান
যদিহে হয় সভ্য মানৱ প্ৰজাতি !
তোমাৰ ৰক্তৰ প্ৰতিটো কণিকাই সোঁৱৰাই অসমীৰ জয়গান
যাৰ আছিলে একক পণ ——
"আইৰ হকে যুঁজি যাম আমৰণ ৷"
ঠিকনাঃ নলবাৰী
দৰভাষঃ ৯০৮৫০১০২৫৪