অসমত থকা ঔদ্যোগিক
প্রশিক্ষণ কেন্দ্র বা আই. টি. আই. কেইখনৰ নাম হ’ল-
(১) আই. টি. আই. কৰিমগঞ্জ,
(২) আই. টি. আই. কোকৰাঝাৰ,
(৩) আই. টি. আই. গড়গাঁও,
(৪) আই. টি. আই. গোৱালপাৰা,
(৫) আই. টি. আই. গুৱাহাটী,
(৬) আই. টি. আই. ডিব্রুগড়,
(৭) আই. টি. আই. তেজপুৰ,
(৮) আই. টি. আই. তিনিচুকীয়া,
(৯) আই. টি. আই. দক্ষিণ শালমাৰা,
(১০) আই. টি. আই. নগাঁও,
(১১) আই. টি. আই. বঙাইগাঁও,
(১২) আই. টি. আই. বৰপেটা,
(১৩) আই. টি. আই. যোৰহাট,
(১৪) আই. টি. আই. শিলচৰ,
(১৫) আই. টি. আই. ধনশিৰি,
(১৬) আই. টি. আই. ধেমাজি,
(১৭) আই. টি. আই. নলবাৰী,
(১৮) আই. টি. আই. ভেৰগাঁও,
(১৯) আই. টি. আই. মৰিগাঁও,
(২০) আই. টি.আই. হাইলাকান্দি,
(২১) আই. টি. আই. মাজুলী,
(২২) আই. টি. আই. ডিফু,
(২৩) আই. টি. আই. হাফলং ।
মহিলাৰ বাবে সংৰক্ষিত আই. টি. আই. কেইখন হ’ল- আই. টি. আই. শিলচৰ , আই. টি. আই. গুৱাহাটী, আই. টি. আই. তিনিচুকীয়া, আই. টি. আই. মাজবাট, আই. টি. আই. উত্তৰ লখিমপুৰ ।
পলিটেকনিকঃ
পলিটেকনিক বোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয় ৷ পলিটেকনিক এডমিচন টেষ্ট [Polytechnic Admission Test (PAT)] নামৰ এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে এই পাঠ্যক্রমত নামভৰ্তিৰ সুবিধা আছে । এই পৰীক্ষাত বহিব বাবে সাধাৰণ শ্রেণীৰ প্রাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ত নূন্যতম ৪০ শতাংশ, অনসূচিত জাতি প্রাৰ্থীয়ে ৩৫ শতাংশ আৰু জনজাতিৰ প্রাৰ্থীয়ে ৩৩ শতাংশ নম্বৰ সহ উত্তীৰ্ণ হ'ব লাগিব আৰু পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২০ বছৰৰ ভিতৰত হ’ব লাগে আৰু অনসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ২৩ বছৰৰ ভিতৰত হ’ব লাগে । এই প্রৱেশ পৰীক্ষা অনলাইন পদ্ধতিত আৱেদন কৰিবলাগে । ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল- www.dteassam.in । এই প্রৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ৰ মুঠ নম্বৰ ১০০ থাকে আৰু প্রশ্ন সমূহ বস্তুনিষ্ঠ ধৰণৰ ।
অসমত থকা পলিটেকনিক কেইখন হ’ল-
১) অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, গুৱাহাটী
২) গাৰ্লছ পলিটেকনিক, গুৱাহাটী
৩) বঙাইগাঁও পলিটেকনিক,
৪) শিলচৰ পলিটেকনিক,
৫) নগাঁও পলিটেকনিক,
৬) প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি, যোৰহাট
৭) ডিব্রুগড় পলিটেকনিক
৮) গাৰ্লছ পলিটেকনিক, গোলাঘাট
৯) অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটী
১০) ডিফু পলিটেকনিক, ডিফু ।
২০১৭- ১৮ শিক্ষাবৰ্ষৰ পৰা নতুনকৈ আৰম্ভ হ'বলগীয়া পলিটেকনিক কেইখন হ'ল-
১। বাক্সা পলিটেকনিক,
২।বৰপেটা পলিটেকনিক,
৩। ধেমাজি পলিটেকনিক,
৪। কৰিমগঞ্জ পলিটেকনিক,
৫। লখিমপুৰ পলিটেকনিক,
৬) গোলাঘাট পলিটেকনিক
৭) গোৱালপাৰা পলিটেকনিক
৮) নলবাৰী পলিটেকনিক
৯) কামৰূপ পলিটেকনিক
১০) শিৱসাগৰ পলিটেকনিক
১১) শোণিতপুৰ পলিটেকনিক
পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল-
এগ্রিকালচাৰ, চিভিল, মেকানিকেল, কেমিকেল, ইলেকট্রিকেল, ইলেকট্রনিকছ এণ্ড টেলি কমিউনি কেচনছ, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্টুমেনটেছন, টেক্সটাইল টেকন’লজি, ফেছন টেকন’লজি, গাৰমেণ্ট টেকন’লজি, এগ্রিকালছাৰ , আৰ্কিটেক্ট এছিষ্টণ্ট আদি ।
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত ক'লা শাখাঃ
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী ক'লা শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি-
সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰ সহ [যেনে- সমাজশাস্ত, অৰ্থনীতি, সাহিত্য (ইংৰাজী, অসমীয়া, হিন্দী, বঙালী ইত্যাদি), মনোবিজ্ঞান, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, শিক্ষা, পৰ্যটন, পৰিৱেশ ক'লা, নৃতত্ত্ব বিজ্ঞান, আইন ইত্যাদি )] স্নাতক পাঠ্যক্রম ।
স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল- স্নাতকোত্তৰ (এম. এ.) আৰু পি. এইচ. ডি. ।
ক'লা শাখাত অধ্যয়ন কৰি মনো বৈজ্ঞানিক, সমাজ বিজ্ঞানী, সমাজ কৰ্মী, বুৰঞ্জী বিদ, নৃ- তত্ত্ববিদ, লেখক, সাংবাদিক, অধিবক্তা, বিদ্যালয় / মহাবিদ্যালয় / বিশ্ববিদ্যালয়ৰ শিক্ষক হিচাপে কেৰিয়াৰ গঢ়িব পাৰে ৷
ক'লা শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ (এ.পি.এছ.চি.) ৰ পৰীক্ষা, কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ. পি. এছ. চি.) ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে ৷
দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত আইনৰ স্নাতক পাঠ্যক্রম আৰু হোটেল পৰিচালনা (হোটেল মেনেজ মেণ্ট) পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।
দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে পাঁচ বছৰীয়া সংযুক্ত ইংৰাজী / গণ সংযোগ / বিদেশী ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ।
অবিবাহিত ভাৰতীয় নাগৰিকে ৰাষ্ট্রীয় প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠান (এন. ডি. এ.) ত নামভৰ্তি কৰিব পাৰে যদিহে ভাৰতীয় সেনা বাহিনীত যোগদানৰ ইচ্ছা থাকে । যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণ সকলে ইউ. পি. এছ. চি. ৰ অধীনত অনুষ্ঠিত এন. ডি. এ. পৰীক্ষাত বাছনি হৈ এই প্রতিৰক্ষা শিক্ষা প্রতিষ্ঠানত নামভৰ্তি কৰিব পাৰে ৷
যিকোনো শাখাত দ্বাদশ শ্রেণীৰ উত্তীৰ্ণ সকলে ফাইন আৰ্টছ, দৃশ্য ক'লা (ভিজুৱেল আৰ্টছ), আভ্যন্তৰীণ সজ্জা (ইণ্টেৰিয়’ৰ ডিজাইন), প্রায়োগিক ক'লা (এপ্লাইড আৰ্ট), ফেশ্বন ডিজাইন, অলংকাৰ সজ্জা (জুৱেলাৰী ডিজাইন) ইত্যাদি পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ৷
যিসকল শিক্ষাৰ্থীৰ নৃত্য- গীত, নাটকৰ প্রতি আসক্তি আছে বা ইয়াক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে ল’ব বিচাৰে, তেনে শিক্ষাৰ্থীয়ে পৰিৱেশ ক'লা স্নাতক পাঠ্যক্রম (বি. এফ. এ.) ত নামভৰ্তি কৰিব পাৰে ৷
দ্বাদশ শ্রেণীৰ যিকোনো শাখাত উত্তীৰ্ণ যিসকল শিক্ষাৰ্থীয়ে নিজকে এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষক, ক্রীড়া প্রশিক্ষক অথবা ফিটনেছ ট্রেইনাৰ হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকে “শাৰীৰিক শিক্ষা” বিষয়ৰ স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পাৰে ৷
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত বাণিজ্য শাখাঃ
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বাণিজ্য শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি-
সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসহ (যেনে- ইঞ্চিউৰেন্স, কম্পিউটাৰ, বৈদেশিক বাণিজ্য, বেংকিং আৰু ইঞ্চিউৰেন্স, একাউণ্টিং আৰু বিত্ত, ই- বাণিজ্য, অৰ্থনীতি আৰু একাউণ্টিং ইত্যাদি) স্নাতক পাঠ্যক্রম ।
স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল- স্নাতকোত্তৰ (এম. কম.) আৰু পি. এইচ. ডি. ।
বাণিজ্য শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ (এ. পি. এছ. চি,) ৰ পৰীক্ষা, কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ. পি. এছ. চি.) ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে ৷
চি. এ. (চাৰ্টাৰ্ড একাউণ্টেন্সিঃ ভাৰতীয় চাৰ্টাৰ্ড একাউনটেণ্ট প্রতিষ্ঠানে চাৰ্টাৰ্ড একাউণ্টেন্সি শিক্ষা আগবঢ়ায় ৷
কষ্ট একাউণ্টেণ্টঃ ‘ইনষ্টিটিউট অৱ কষ্ট এণ্ড ৱ্কছ একাউনটেণ্টছ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায় ৷
কোম্পানী ছেক্রেটাৰীঃ ‘ইনষ্টিটিউট অৱ কোম্পানী ছেক্রেটাৰিজ অৱ ইণ্ডিয়া’ই এই পাঠ্যক্রম আগবঢ়ায় ৷
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পিছত বিজ্ঞান শাখাঃ
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি পঢ়িব পাৰি-
সাধাৰণ স্নাতক পাঠ্যক্রম, মেজৰসহ (যেনে- পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত,অৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, প্রাণী বিজ্ঞান, পৰিৱেশ বিজ্ঞান ইত্যাদি) স্নাতক পাঠ্যক্রম ।
স্নাতক পাঠ্যক্রমত উত্তীৰ্ণ হোৱাৰ পিছৰ পাঠ্যক্রম হ’ল- স্নাতকোত্তৰ (এম.এচ.ছি.) আৰু পি.এইচ.ডি.।
বিজ্ঞান শাখাৰ যিকোনো স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে অসম লোকসেৱা আয়োগ (এ. পি. এছ. চি,) ৰ পৰীক্ষা, কেন্দ্রীয় লোকসেৱা আয়োগ (ইউ. পি. এছ. চি.) ৰ পৰীক্ষা, বেংকিং খণ্ডৰ পৰীক্ষা আৰু অন্যান্য ইঞ্চিউৰেঞ্চৰ পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে।
ষ্টাফ ছিলেকচন কমিছনৰ কম্বাইণ্ড গ্রেজুৱেট লেভেল পৰীক্ষাত অৱৰ্তীণ হ’ব পাৰে ৷
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছত বি. চি. এ, বি. বি. এ বি. টেক. / বি. ই, বি. আৰ্ক, এম. বি. বি. এছ, বি. ফাৰ্ম, বি. এছ. চি. নাৰ্ছিং, আয়ু ৰ্বেদিক, হোমিঅ’ পেথিক, পশু পালন আৰু পশু চিকিৎসাৰ, কৃষি, মীন, গাৰ্হস্থ্য বিজ্ঞানৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে ৷
উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণী বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱা সকলে পেৰামেডিকেলৰ বিভিন্ন বিভাগত (Medical Laboratory Technology, Medical Radiographic Technology, Cardiac Care Technology, Physiotherapy, ICU Technology, Physicians Assistance Course, Emergency & First Aid, O.T. Technology (O.T. Anaesthesia Endoscopy), Dialysis Technician Course ) ডিপ্লমা শিক্ষা গ্রহণ কৰিব পাৰে । ইয়াৰ বাবে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়ত ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে ।
বেংক প্ৰবেচেনাৰী অফিচাৰ পদৰ বাবে যিকোনো স্বীকৃতি প্রাপ্ত বিশ্ববিদ্যালয় পৰা যিকোনো শাখাত নিম্নতম শিক্ষাগত অৰ্হতা স্নাতক সকলে আৱেদন কৰিব পাৰে ।