কঁকালত কলচি লৈ
আহে কাংকান কনেং
নৈৰ ঘাটত পানী তুলিবলৈ
ওঁঠত অই নিঃতমৰ গুণগুণনি !
নৈ গড়াত পিচলি পৰাৰ ভয়ত
কণমানি শিশুৰ দৰে খোজ দি
ইফালে- সিফালে চাই
আছে নেকি কোনোবাই দেখি ৷
পঃৰাগ থলীত শুনোনৈ ঘাটত শুনো
লুইতৰ চাপৰিটো শুনো
কনেংৰ অই নিঃতম
কাংকান কনেংৰ জীয়া অই নিঃতম ৷
ঠিকনাঃ মাজুলী
দূৰভাষঃ ৮৪৮৬৭৭৩২০২
আহে কাংকান কনেং
নৈৰ ঘাটত পানী তুলিবলৈ
ওঁঠত অই নিঃতমৰ গুণগুণনি !
নৈ গড়াত পিচলি পৰাৰ ভয়ত
কণমানি শিশুৰ দৰে খোজ দি
ইফালে- সিফালে চাই
আছে নেকি কোনোবাই দেখি ৷
পঃৰাগ থলীত শুনোনৈ ঘাটত শুনো
লুইতৰ চাপৰিটো শুনো
কনেংৰ অই নিঃতম
কাংকান কনেংৰ জীয়া অই নিঃতম ৷
ঠিকনাঃ মাজুলী
দূৰভাষঃ ৮৪৮৬৭৭৩২০২







