বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
প্রতীক্ষা (বিজয়লক্ষ্মী চহৰীয়া)
ভৰিত নূপুৰ পিন্ধা
জীয়া পখিলাটোৱে
ৰামধেনুৰ সাঁকোডাল গঢ়ে,
ডাৱৰৰ আঁৰে আঁৰে
প্রতীক্ষাৰ বাবে গোপনে ৷
ঠিকনাঃ ছিপাঝাৰ, মঙ্গলদৈ