প্ৰেম (নৱজ্যোতি কলিতা)


তুমি খ্ৰীষ্টান
মই হিন্দু
যদিও লিখা নাই আমাৰ দেহত
তুমি কি মই কি
ই মাথোঁ আমাৰ ব্যৱস্থা জীৱন- যাপনৰ

তুমি মই গঢ়িম
সম্প্ৰীতিৰ এখনি নৈ
লুইতৰ পাৰত এটি সুৰ হৈ জ্যোতিৰ ৷