মই বাৰু প্ৰেমত পৰিছো নেকি ? মোৰ মনটোত কিয় এক বুজাব নোৱাৰা অনভূতি জাগি
উঠিছে........ ! আজিলৈকেটো মই তোমাক দেখা পোৱা নাই আৰু তোমাৰ মাতটোও শুনা নাই, কিয়
জানো আজি তোমালৈ বৰ কৈ মনত পৰিছে...
আজি কালি যেন মোৰ মনটোলৈ কিবা অদ্ভুদ কবিতা কিছুমান ভাঁহি আহি থাকে ৷ কিন্তু..... মইটো কবি নহয় আৰু মই প্ৰেমিকো নহয়, কিন্তু এই কবিতাটো
এৰি অহা জীৱন বাটলৈ এবাৰ ওভতি চাওঁ আৰু চকা মকা এন্ধাৰত তোমাক দেখা পাওঁ মন দাপোনত তোমাৰেই ছবি.... ?
তাতেই যেন ৰৈ দিব লগা হয়....... চকুৰ আগত এটা শূন্য ভাঁহি আহে......... সেই ছবিখন কিয় মোৰ চকুত অস্পষ্ট হৈ পৰে.... ? মই জোৰকৈ চকু দুটা মুদি দিওঁ, কিজা নিবা দেখা পাওঁয়েই, নাই তথাপিও একেই..... এখন অস্পষ্ট ছবি ৷
অ'... বুজিছো তুমিও চাগে মোৰ নিচিনা..... কিছু ব্যতিক্ৰম .....ঠিক আছে..., "তোমাক মই বহুত ভাল পাওঁ.... তোমাক নিজতকৈও বহুত বেছি ভাল পাওঁ"
এই বাক্য দুশাৰী চাগে তোমাৰো বিশ্বাস নোহোৱা হৈছে.....
সঁচাই আজিকালি যেন প্ৰেম এক সাধাৰণ বস্তু লৈ পৰিণত হ'ল ৷ love u বুলি ক'বলৈ যিমান সহজ breakup দিবলৈ তাতকৈও সহজ ৷ প্ৰেমৰ সোৱাদ যেন দৈহিক সোৱাদলৈ পৰিণত হ'ল, প্ৰেমৰ কাৰণে কাঁইটীয়া ডালৰ মাজত ফুলি উঠা গোলাপ ফুল পাহ কলিতে মৰহি গ'ল... প্ৰেমিক প্ৰেমিকাৰ সমন্ধৰ মাজত চলা আনন্দৰ মুহূৰ্ত বোৰত যেন আজি কালি সন্দেহ, অবিশ্বাস, সংঘাতে বাধা দিব ল'লে ৷ mobile, internet, whatsapp, facebook আদি যান্ত্ৰিক মাধ্যমেৰে কৰা প্ৰেমো এক যন্ত্ৰলৈ ৰূপান্তৰিত হ'ল ৷
কিন্তু "হৃদয়" খন টো যন্ত্ৰ নহয়,
কিন্তু "প্ৰেম"শব্দ টোও যন্ত্ৰ নহয়,
তেন্তে "তুমি"আৰু "মইও" টো যন্ত্ৰ নহয়..
সেই কাৰণে চাগে আজিলৈকে তুমি মোক দেখা পোৱা নাই আৰু মোৰ মাতটোও শুনা নাই ৷ কিয় জানো আজি চাগে মোলৈ তোমাৰ বৰ কৈ মনত পৰিছে ৷ আজি কালি যেন তোমাৰ মনটোলৈ কিবা অদ্ভুদ কবিতা কিছুমান ভাঁহি আহি থাকে....... কিন্তু.... তুমিটো কবি নহয় আৰু তুমি প্ৰেমিকাও নহয় কিন্তু সেই কবিতাটো....
ঠিকনাঃ তেজপুৰ
দূৰভাষঃ ৭৮৯৬৫০১৬৪৯