বিশ্ব পৰিৱেশ দিৱস (বিজু চেতিয়া)

৫ জুন আকৌ আহিছে
বৃত্তাকাৰ পথেৰে ।
প্ৰকৃতিৰ উদং বুকুখনি বাবে
বৃক্ষৰোপনৰ আঁচনিলৈ ৷


আহক আমি ৰক্ষা কৰো
ভৱিষ্যতৰ বিশ্বক ।
একোটি গছপুলি ৰুই
জীৱন্ত কৰো ধৰণীক ৷

বছৰৰ এটা দিন সজাগ হওঁ
এয়া মোৰ দেশবাসীলৈ আহ্বান ৷

ঠিকনাঃ মাকুম, তিনিচুকীয়া
দূৰভাষঃ ৮০১১১৩৩৬৭৫