উশাহত থুপ খাইছে এঙাৰ
সেউজীৰ অভাৱত গগণচুম্বী নীলাৰ ৰূপান্তৰ হালধীয়াত
সেউজ চুলিটাৰি ৰূপহীজনীৰ কোমল দেহাত কুঠাৰৰ আঘাত
শিলবোৰ টুকুৰা- টুকুৰ প্ৰদূষণৰ কোবত
কলিবোৰ বিনাইছে ৰ'দৰ প্ৰকোপত
এজাক দোপাল- পিটা বৰষুণৰ অপেক্ষাত
বছৰত আহে ৫ জুন
পিছে,
অনুষ্ঠানৰ নামত গছ পুলি ৰোৱে
বাতৰি কাকতৰ পাতত ৷
দূৰভাষঃ ৯৯৫৭৮৬০৮৮০