শীতৰ আছে অনন্য মাদকতা
জুইক বুজি পোৱাৰ অপাৰ বাসনা
শাকে- পাতে- ধানে- মাহে
ভোগৰ সম্ভাৰ
সপোন দিঠকৰ দোমোজাত
মনাকাশত ৰাগি আৰু ৰাগি
নৰাৰ শূলত এটোপাল নিয়ৰ
মুকুতাৰ দৰে দুবৰি আগত
কিনো কয় কিনো কয়
আহিব বসন্ত ৷
জুইক বুজি পোৱাৰ অপাৰ বাসনা
শাকে- পাতে- ধানে- মাহে
ভোগৰ সম্ভাৰ
সপোন দিঠকৰ দোমোজাত
মনাকাশত ৰাগি আৰু ৰাগি
নৰাৰ শূলত এটোপাল নিয়ৰ
মুকুতাৰ দৰে দুবৰি আগত
কিনো কয় কিনো কয়
আহিব বসন্ত ৷







