সংকটাপন্ন শগুন (আমিৰ হুছেইন আহমেদ)


শূন্যত শগুনৰ উৰণ- দৃষ্টি নন্দন
শগুনৰ কদর্য ৰূপক সকলোৱে ঘিণায়,
কাৰণ এটাই শগুনে মৰা শ' খায় ।


কিন্তু শগুন পৰিৱেশ ৰক্ষাৰ বীৰ সৈনিক
জীৱকুলৰ ৰোগৰ প্ৰতিষেধকৰ প্ৰতীক
শগুন আজি অৱলুপ্তিৰ পথত
সংকটাপন্ন শগুন প্ৰদূৰ্ষণৰ কুবলত,
শগুন পক্ষীকুলৰ জামাদাৰ চৰাই,
ইয়াৰ সঠিক অধ্যয়ন পৰ্য্যবেক্ষণ কৰি
শগুনৰ কৰঁহক সংৰক্ষণৰ স্থায়ী উপায় ।


ঠিকনাঃ বকো, বামুনবড়ী, কামৰূপ (গ্ৰাঃ)
দূৰভাষঃ ৯৮৫৪৫৩৬৩৬৫