আমৰণ জীয়াই নাথাকো মই
হাবিয়াসো নাই
বেছিদিন জীয়াই থকা মানেইটো
ফুটপাথত লুণ্ঠিত ধৰ্ষিত হৃদয়
নিশব্দ উচুপনি,
বোবা যন্ত্ৰণা,
একো কৰিব নোৱাৰাৰ বেদনা
শূন্য ভিক্ষা পাত্ৰ দাঙি থকা
ভোকাতুৰ জনৰ
সজল চকুত
মৰিশালিৰ নীৰৱতা,
যান্ত্ৰনাৰ ভয় অ'
বেছিদিন জীয়াই থকা মানেই যন্ত্ৰণা,
সহ্য নহয়
কাপুৰুষই হ'ম লাগিলে তথাপিও
ক্ৰমশঃ
মৃত্যুটো মোৰ হ'ল মৰাৰ আগতেই,
এতিয়া অন্য এক মৃত্যুলৈ অপেক্ষা ৷
ঠিকনাঃ উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়
দূৰভাষঃ ৮৪৮৬৮৫৪৩৩৮
হাবিয়াসো নাই
বেছিদিন জীয়াই থকা মানেইটো
ফুটপাথত লুণ্ঠিত ধৰ্ষিত হৃদয়
নিশব্দ উচুপনি,
বোবা যন্ত্ৰণা,
একো কৰিব নোৱাৰাৰ বেদনা
শূন্য ভিক্ষা পাত্ৰ দাঙি থকা
ভোকাতুৰ জনৰ
সজল চকুত
মৰিশালিৰ নীৰৱতা,
যান্ত্ৰনাৰ ভয় অ'
বেছিদিন জীয়াই থকা মানেই যন্ত্ৰণা,
সহ্য নহয়
কাপুৰুষই হ'ম লাগিলে তথাপিও
ক্ৰমশঃ
মৃত্যুটো মোৰ হ'ল মৰাৰ আগতেই,
এতিয়া অন্য এক মৃত্যুলৈ অপেক্ষা ৷
ঠিকনাঃ উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়
দূৰভাষঃ ৮৪৮৬৮৫৪৩৩৮







