বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
বন্ধু (লক্ষী প্ৰলাদ ৰেগন)
মোৰ দুখ- যাতনা কিম্বা চকুলো দেখি
বালিমাহী চৰাইৰ দৰে
উৰি গুচি নাযাবা বন্ধু ৷
মাথোঁ কাষলে আহি
মৰমৰ মাত ষাৰে
শান্তনা দি ক'বা
মই আছো কাষতে বুলি !
ঠিকনাঃ মাজুলী
দূৰভাষঃ ৮৪৮৬৭৭৩২০২