মাঘৰ পিছতে ফাগুন
ফাগুনে আনে
যৌৱনৰ সকলো আশা-প্ৰত্যাশা
নিষ্ঠুৰতাৰে ধ্বংসও কৰে
তাৰে পিছতো বলিয়া আমিবোৰ
ধ্বংস নাথাকিলে
সৃষ্টিৰ নতুনত্বই বা ক'ত ?
লিহিৰি বনত বনজুই
মাতাল বিফল প্ৰেমিক
চঞ্চল মনৰ পাপৰি
যৌৱনৰ ৰঙীন স্বপ্নত
সৃষ্টিৰ অনুপম
ফাগুনৰ উন্মদনাতে
উৰি যাম
উভতি আহিম
যেতিয়া আহিব
বসন্তৰ গান ৷
ফাগুনে আনে
যৌৱনৰ সকলো আশা-প্ৰত্যাশা
নিষ্ঠুৰতাৰে ধ্বংসও কৰে
তাৰে পিছতো বলিয়া আমিবোৰ
ধ্বংস নাথাকিলে
সৃষ্টিৰ নতুনত্বই বা ক'ত ?
লিহিৰি বনত বনজুই
মাতাল বিফল প্ৰেমিক
চঞ্চল মনৰ পাপৰি
যৌৱনৰ ৰঙীন স্বপ্নত
সৃষ্টিৰ অনুপম
ফাগুনৰ উন্মদনাতে
উৰি যাম
উভতি আহিম
যেতিয়া আহিব
বসন্তৰ গান ৷
ঠিকনাঃ বৰদিঘেলী
জিলাঃ নলবাৰী (অসম)
দূৰভাষঃ ৮৭২০৯০৫২৭৩ ৷
জিলাঃ নলবাৰী (অসম)
দূৰভাষঃ ৮৭২০৯০৫২৭৩ ৷








