বাস্তৱ (সুৰেশ বৰা)
স্বাৰ্থপৰ মানুহস্বাৰ্থপৰ সমাজস্বাৰ্থপৰ চিন্তা আৰু কাম ।
একোটা স্বাৰ্থৰ বাবেই
নিগনি দৌৰত অভ্যস্ত দুভৰি
একোটা স্বাৰ্থত উফৰি পৰে
মৰম - চেনেহ - ভালপোৱা...
আপুনি - মই মাথোঁ হাতৰ পুতলা
মুখা পিন্ধাৰ সুদক্ষ অভিনয়
ৰাজত্ব চলে সিহঁতৰে...
চলিয়েই থাকিব অবিৰাম ।