পকা তুলতুলীয়া জোন এটা
ওলমি অাছিল অাম জোপাত
বুলবুল হৈ হাকুটিয়ালো - নিচিগিল
সেউতী হৈ ফৰ্মুটিয়ালো - নালাগিল
গেন্ধাই মালতীৰ মালা গুঠি
তুমি হাঁহিত বাগৰিছা
ওলমি অাছিল অাম জোপাত
বুলবুল হৈ হাকুটিয়ালো - নিচিগিল
সেউতী হৈ ফৰ্মুটিয়ালো - নালাগিল
গেন্ধাই মালতীৰ মালা গুঠি
তুমি হাঁহিত বাগৰিছা
তোমাৰ হাতত জেতুকা কোনে ৰুলে
টিকটিক ৰঙা ৰং
চেগ চাই ফুলে উলাহে উলাহে
টিকটিক ৰঙা ৰং
চেগ চাই ফুলে উলাহে উলাহে
বাৰীৰ মুৰৰ অামজুপি
তাতে হে ওলমিল পকা জোন
তামোল পাতৰ ফাকেৰে
এবাৰ ওলায় এবাৰ লুকুৱাই
অাজি থৌকিবাথৌ মন মোৰ
পলুৱাই লৈ যাম যেন
পলুৱাই লৈ যাম যেন
উচপিচ পথৰুৱা অালিৰে তোক
তাতে হে ওলমিল পকা জোন
তামোল পাতৰ ফাকেৰে
এবাৰ ওলায় এবাৰ লুকুৱাই
অাজি থৌকিবাথৌ মন মোৰ
পলুৱাই লৈ যাম যেন
পলুৱাই লৈ যাম যেন
উচপিচ পথৰুৱা অালিৰে তোক
হাকুটিয়ালো - নিচিগিল
ফৰ্মুটিয়ালো - নালাগিল
পকা তুলতুল জোন এটা
এই সৰো এই সৰো
ফৰ্মুটিয়ালো - নালাগিল
পকা তুলতুল জোন এটা
এই সৰো এই সৰো
ঠিকনাঃ পাঠশালা








