আঁউসীৰ জোন
মোৰ সপোন আকাশত
বিৰহৰ চকুলো
কোনোবা অচিন পাঠকৰ
মোৰ কবিতা প্ৰেমৰ
বেদনাৰ চন্দ্ৰ
নিশাৰ নিৰ্জনতাত চিঞৰি উঠে
ক্লান্ত মোৰ বুকু
জাগ্ৰত হয় সমাধিত
বহু সপোন
দুচকুত বাৰিষাৰ নৈ .....
ক্লান্ত মোৰ বুকু
জাগ্ৰত হয় সমাধিত
বহু সপোন
দুচকুত বাৰিষাৰ নৈ .....
এজাক ধুমুহা, অশান্ত
মোৰ পদূলিত
সন্ধান হীন পুৱতি নিশা এটি যুগৰ !
মোৰ পদূলিত
সন্ধান হীন পুৱতি নিশা এটি যুগৰ !
ঠিকনাঃ তেজপুৰ ।
দূৰভাষঃ- ৯৯৫৭২২০৮৮৯ ।
দূৰভাষঃ- ৯৯৫৭২২০৮৮৯ ।







