ৰংঘৰত অ' মোৰে জোনবাই......✍ মোহিনী মোহন কলিতা

সময় আছিল মহাবিদ্যালয় সমূহৰ কলেজ সপ্তাহৰ৷ সকলো কলেজৰ দৰেই উত্তৰ লখিমপুৰ মহাবিদ্যালয়টো অাৰম্ভ হৈছিল কলেজ সপ্তাহৰ৷ কলেজ সপ্তাহৰ বাবে ছাত্ৰ একতা সভা সকলো বিভাগ ব্যস্ত হৈ পৰিছিল৷ সকলো ব্যস্ত বিভাগৰ ভিতৰত এটা অতিকৈ ব্যস্ত বিভাগটো হৈছে সাংস্কৃতিক বিভাগ



পি ডি এফ ফাইল ডাউনলড কৰক