মই সুধিলো,
মোৰ পৰা তোমালৈ
তোমাৰ পৰা মোলৈ
কিমান দূৰ বাট?
তেওঁ ক'লে
চকুৱে চকুৱে গ'লে
উশাহবোৰ ঠেকা খাব গাত।
দুহাতে চুব খুজিলে
অচিন নদীৰ ঘাট।
ঠিকনাঃ ধিং, তলিবৰ পাৰ
মোৰ পৰা তোমালৈ
তোমাৰ পৰা মোলৈ
কিমান দূৰ বাট?
তেওঁ ক'লে
চকুৱে চকুৱে গ'লে
উশাহবোৰ ঠেকা খাব গাত।
দুহাতে চুব খুজিলে
অচিন নদীৰ ঘাট।
ঠিকনাঃ ধিং, তলিবৰ পাৰ







