বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
ব'হাগ বিহুৰ চমু আভাস
ন-সাজ পিন্ধি প্ৰকৃতিৰ বুকুলৈ আহিল ঋতুৰাজ বসন্ত, লগত এবুকু আশা, সম্প্ৰীতি আৰু সমৃদ্ধিৰ বতৰা৷ বিহু কৃষিভিত্তিক উৎসৱ হ'লেও সকলো শ্ৰেণীৰ মানুহক ই একত্ৰিত কৰি ৰাখিছে৷ বিহু কেৱল সংস্কৃতিয়েই নহয়, ই হৈছে অসমীয়া আৱেগ আৰু পৰিচয়৷