কবিৰ টুপি (কেশৱ কুমাৰ শইকীয়া)

পুৱাই শুই উঠি গা ধুই ৰীতাই দেউতাকলৈ চাহ দিবলৈ যাওঁতেহে গম পালে যে, আজি দেউতাৰ গাতো বৰ ভাল নহয়৷