ৰঙালী বিহু আৰু মোৰ কৈশোৰ কাল (ৰিম্পী কাকতি)

বসন্তৰ আগমনে ব'হাগৰ বতৰা আনে৷ ন- কুঁহিপাতে প্ৰকৃতিৰ অনুপম সৃষ্টিত ৰহন সানি অসমী আইক ৰূপে ৰসে শুৱনি কৰি তোলে৷