টেটকুটি (কৌস্তভ প্ৰতীম কাশ্যপ)

বহ বহ লাহে লাহে৷ কিমান জোৰ দিছ তই, কাহটোৰ লগতে জিভাখনো বাহিৰলৈ ওলাই আহিব এতিয়া৷