সময়ৰ প্ৰতিশোধ (ৰিকুমণি শইকীয়া)

ফেচবুকৰ ফেণ্ড ৰিকুৱেষ্ট এটা দেখি চয়নিকাৰ হাঃ হাঃ কৈ হাঁহিবলৈ মন গ'ল৷ এইটো সেইটোৱেই স্বপ্নীল যাৰ কাৰণে এসময়ত তাই কলেজ ক্ষতি নকৰিছিল৷